মোক মানু্হে কি বুলি কয়


1. অসমীয়া বিভাগত এজনেই ছাত্ৰ আছে যিয়ে ইখনৰ পিছত সিখনকৈ কিতাপ উলিয়ায় আছে -মাধুৰীমা শইকীয়া, গৱেষক,গায়িকা

 2.তোক লাইব্ৰেৰী কেলৈ,ই নিজে এটা লাইব্ৰেৰী -লক্ষ্যজিত হাজৰিকা, গৱেষক 

3. ই প্ৰতিষ্ঠিত লেখকৰ দৰে সমান্তৰালকৈ কেনেকৈ কাম কৰিব পাৰে,আকৌ এটা নৰ্মেল লাইফ কটাব পাৰে -দীনেশ বৰা, গৱেষক 

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা