কিতাপ ফুল

 কিতাপ ফুল 


ফুলি থকা ফুল দেখি ভুল নাযাবা 

ফুলিলে ফুলক গোলাপ যে ই নহয়

গোলাপ ফুলক বিহগী আকৌ আহক

ভোনভোনাই পৃথিৱী চমক দিয়ক


পৰক প্ৰেমত মচগুল হ'ব ধৰণী

বিলাই দিয়ক সুগন্ধি সুৰভি


আমাকতো সুগন্ধিয়েই লাগে। আৰু যে নালাগে আন।


 ফুল ফুলক। কিতাপ ফুলক। আৰু ফুলক ফুলনিৰ ফুল।

সেই ফুল ফুলক

য'ত মোৰ আই সুৰক্ষিত 

য'ত উশাহ-নিশাহ সুৰক্ষিত

য'ত প্ৰেমৰ বগুৱা বাই থকা

ৰৌদ্ৰুজ্জ্বালি ৰি ৰিয়াই থাকক


ফুল ফুলক। কিতাপ ফুলক।


ৰাজেন দাস

৭-২-২০২৪


প্ৰকাশ লৈ প্ৰেৰণ 

শিৰোনাম-কিতাপ ফুল 


ফুলি থকা ফুল দেখি ভুল নাযাবা 

ফুলিলে ফুলক গোলাপ যে ই নহয়

গোলাপ ফুলক বিহগী আকৌ আহক

ভোনভোনাই পৃথিৱী চমক দিয়ক



পৰক পাখিলাহি পখিলা প্ৰেমত মচগুল হ'ব ধৰণী

বিলাই দিয়ক সুগন্ধি সুৰভি 



আমাকতো সুগন্ধিয়েই লাগে। আৰু যে নালাগে আন। নহ'লে যে হয়েই থাকোঁ থানবান



 ফুল ফুলক। কিতাপ ফুলক। আৰু ফুলক

ফুলনিৰ ফুল।


সেই ফুল ফুলক

য'ত মোৰ আই সুৰক্ষিত 

য'ত উশাহ-নিশাহ সুৰক্ষিত

য'ত প্ৰেমৰ বগুৱাই

ৰৌদ্ৰুজ্জ্বালি ৰি ৰিয়াই থাকিব


নদীৰে সোঁতে বিচাৰি পাব

হৃদয় বিগলিত কৰুণাৰ ঠিকনা 



ফুল ফুলক। কিতাপ ফুল।




ৰাজেন দাস

ডিব্ৰুগড়

Email

 -rajendas3687@ Gmail.com

৭-২-২০২৪

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা