মিতভাষ

 মই ৰৈ থাকোঁ সিহঁতক নাপাওঁ

অথচ সিহঁতে মোক গচকি ফেনেকি থাকে

মই বহি থাকোঁ এদিন থিয় দিবলৈ

সিহঁতে বহেও নুঠেও

এদিন আমনি লাগিল

শুই পৰিলোঁ আকাশখন বুকুত লৈ

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা