কলিজা(চোনামানুষ)

 কলিজা-০১

মনটো খুব বেয়া। কলিজা ৰ গা বেয়া বাবে। কলিজাক লৈ এখন উপন্যাস লিখিম। তাৰ কাহিনী গোটাই আছোঁ। এগৰাকী সাহসী নাৰী হিচাপে চাম। লগতে আন দহোজনীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব। তাইক তেনেকৈ ফুটাই তোলা হ'ব। মোৰ জীৱনৰ বহুত কথা বাৰ্তা সকলো সুন্দৰভাৱে তুলি ধৰিম। পজিটিভ কেনেকৈ থাকিব পাৰি। ই দৈনিক কেনেকৈ সহায় কৰিব। তাকো আশে-পাশে পোৱা মানুহৰ পৰা ভাল কথা কাহিনী লৈ সুন্দৰ জীৱন এটা কিদৰে ঠিক কৰিব পাৰি তাক গুৰুত্বপূৰ্ণ দিশ বুলি ভবা হ'ব।


Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা