মন

 ধুনীয়া মনৰ ধুনীয়া মানুহ। আচলতে চিৰিয়াছ পাঠক কমি যোৱাৰ দৰে নিঃস্বাৰ্থভাৱে মন ধুনীয়া কৰা মানুহ কম। তথাপি শূণ্য নহয়। আপুনি তাৰ তালিকাত সোমাই আছে। থাকিব । কাৰণ ধুনীয়া মন কৰাৰ ব্যাকৰণ নাই।


হিমাক্ষী ডেকা নবৌ

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা