পিএইচডি ভাইভা
উৎসাহিত হৈ থাকো। টেনছন নলবা। ফ্ৰী ফ্ৰেক হবা। উদ্যম আনিবা। ভাষাটো শুদ্ধ কৰি কাম কৰিবা। আমি গৱেষণা কৰিবলৈ আগবাঢ়ি আহিছোঁ অকল ডিগ্ৰী লাভ কৰা মূল কথা নহয়। অসমীয়া ভাষাৰ শব্দ,বাক্য, শব্দৰ জোঁটনি,সৰল বাক্যগঠন ইত্যাদি দিশত মনোযোগ দিব লাগিব।

Comments
Post a Comment