টি কাম বাৰ্থদে

 টি কাম বাৰ্থদে


মই খিৰিকীয়েদি কলকলনি শুনিছোঁ

চাহত শোহা মাৰি দুচকুত জোনজনী হৈ পৰিছোঁ

তুমি তোমাৰ অনুভৱৰ বিগলিত আগ্নেয়গিৰীত কি লাভা গোট বন্ধা দেখিছা

নে পৰ্বতাৰোহণৰ ছায়াচিত্ৰ

তুমি ইমান কিয় ফিলছফিকেল

বাত আই লাইক দেট

স্মাইল এণ্ড বিউটিফুল হাৰ্ট অলুৱেছ এনজয় হিছ

অওন অটফিলছফিকেল হিষ্ট্ৰি

অক্কে লেটছ ছিয়েৰছ


অনিন্দিতা লৈ

অপৈনত শব্দ দুটিমান জন্ম দিনৰ উপহাৰ স্বৰূপে দিছোঁ। আৰু যে নাই একো দিবলৈ




Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা