শুভ জন্ম দিন ননী বৰপূজাৰী ছাৰ
ক্ষমতাৰ আগ্ৰহ, Desire এইসমূহ শক্তিশালী ৰূপত তুলি ধৰা,আমাৰ সময়ৰ প্ৰখ্যাত ( Master 's) শিল্পী ননী বৰপূজাৰী(Abstract, Loundry share), বেণু মিশ্ৰ,নীলপৱন বৰুৱা,শোভা ব্ৰহ্ম, চন্দন বেজবৰুৱা। কেনন,ভেলু, প্ৰমূল্য এইসমূহ আমাৰ আগত স্পষ্টৰুপত থিয় কৰোৱা উল্লিখিত ব্যক্তিসকলৰ প্ৰসংগ, landscape,আত্মানুসন্ধান কৰিবলৈ সুবিধা কৰি দিয়া,ছিগমণ্ড ফ্ৰয়েড,ভৱভূতিৰ উক্তি- (কাল নিৰৱধি আৰু পৃথিৱী বিপুল), ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছবি, নন্দলাল বসু, Sister's Nebedita ,অৱনিন্দ্ৰ নাথ (ভাৰত মাতাৰ ছবি), পিকাচো,বিগ বেংক, পিকাচোৰ গ্ৰন্থ -Art without Ap..., আইনষ্টাইন, নিউটনৰ Individual Talent,এলিয়টে কোৱা-Tradition and Individual Talent,Ego painting,অহংভাব,আলয়-বিজ্ঞান, Contemporary Art ইত্যাদি বহু দিশে ননী বৰপূজাৰীৰ ছাৰৰ জন্মদিন উপলক্ষ্যে আয়োজিত অনুষ্ঠানটো জ্যোতি খাটনিয়াৰে বহুত উপকৃত কৰিলে। ছাৰলৈ জন্ম দিনৰ বহুত শুভকামনা জনাইছোঁ।
Comments
Post a Comment