"অনুৰ" (মঞ্জুল বৰুৱা পৰিচালিত)

ভাষাৰ মিতব্যয়ীতা, সুন্দৰ অভিনয়, আৱহ সংগীত মনোগ্ৰাহী। দুই এটি Recipe জাতীয় দৃশ্য  skip কৰাৰ থল আছিল। জীৱন-জীৱিকাৰ তাগিদাত সন্তান (অনুপমাৰ আলাসৰ লাড়ু দেউতি লণ্ডনৰ বাসিন্দা)দূৰৈত বাস। নিসঙ্গ(চিনেমাখনত এনে অনুৰূপ কাহিনী আৰু এটি সংযোগ হৈছিল) মাতৃৰ স্বামীয়ে হেঁপাহেৰে সজা ঘৰখন(He will be Live not only a single day),ঔম(দেউতীৰ তাৱৈৱেকৰ ল'ৰা,যিয়ে অনুপমা ক প্ৰতিটো কামতে নিজৰ দোকানৰ কামৰ মাজতে সহায়ৰ হাত আগবঢ়ায়),এমিনা(অনুপমাৰ ঘৰত বন কৰা তিৰোতা),নিজু(দুবাৰকৈ মেট্ৰিক পৰীক্ষাত ফেইল‌কৰি গণিত শিক্ষয়িত্ৰী অনুপমাৰ ওচৰত  টিউশ্যন কৰে,চোৰে ঘৰত তহিলং কৰাত নিজুৰ Present of mind ৰ বাবেই বাইদেউ ৰক্ষা পৰিল। সেইদিনা বাইদেউৱে বাৰুকৈয়ে অনুভৱ কৰি কয়-বহু Meritorious মানুহৰে Present of mind কম,তোৰ(নিজু-আপেল খাবলৈ দি কৈ থকা মুহূৰ্তত) সেই গুণ বেছি)। জিলা উপায়ুক্ত(লচিত মুদিয়া) চৰিত্ৰ আদিয়ে বহু সময়ত লগ এৰা  নাই। বজাৰৰ পৰিৱেশৰ পৰা লগ পোৱা চৰিত্ৰটো এদিন নিসঙ্গ জীৱনৰ মৌনতা ল'বলৈ আগবাঢ়ি আহে) সেয়েহে তেওঁ কয়(প্ৰথম এই Intention ধৰিবই নোৱাৰিব, যিজনে সূৰ্যৰ পোহৰত ভিটামিন D ল'বলৈ আহে অনুপমাৰ ল'নলৈ,  তেওঁ Heart patient ও। যিজনে জিলাখন Control‌ কৰে, কিন্তু নিজৰ পুত্ৰক Control ত ৰাখিব নোৱাৰিলে)

উপায়ুক্ত-"People  They are around you, but not with you ".

অনুপমা বৰুৱানী(জাহানাৰা বেগম-যিয়ে স্মামীৰ ফ'টখনৰ কাষৰতে বৃদ্ধ বয়সৰ নিসঙ্গৰ কান্দোন বাগৰাই থাকে, মূল ভেটি এৰিব নোখোজা স্বাভীমানী মনৰ গৰাকী )-তেওঁ "এজন নিবিচৰা আলহী " শীৰ্ষক গল্পটি পঢ়ি  লেমৰ পোহৰ লৈ হ'লেও থাকে, কাহিনীয়ে লেহেমীয়াকৈ আগবাঢ়ে-অলপ বিৰক্তি অনুভৱ কৰিবও পাৰে) ৰ মুখত দিছে-মানুহে কি ক'ব?

উপায়ুক্ত -মানুহবোৰ কি চকীদাৰ নেকি?



ৰাজেন দাস

ফোন নং -৯১০১২২১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা